দুখীয়ালোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

105

ষ্টাফৰিপোৰ্টাৰ, ১৬ এপ্ৰিল : শবে বৰাত ৰ সময়ত ১০০ গৰাকী দুখীয়া লোকক আৰু এই ৰঙলী বিহুৰ বতৰত ১০০ গৰাকী দুখীয়া লোকৰ মাজত লেখিকা ৰমিছা বেগমৰ প্ৰচেষ্টাত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। তেওঁ নিজৰ ঘৰৰ পৰাই চাউল, দাইল আৰু চাবোন বিতৰণ কৰে। এই ক্ষেত্রত লেখিকাক সহায় কৰে ৰফিক বৰবৰা, গোপাল জালান, ডঃ জাকিৰ হুছেইন, এছ পি জাকৰি হুছেইন, নুৰুল ইছলাম আৰু তেওঁৰ গৃহস্থ অক্কাছ আলিয়ে।