দলগাঁৱৰ ৪ নং আৰিমাৰীত অঘটন

68

দলগাঁৱৰ ৪ নং আৰিমাৰীত অঘটন।

ব্ৰহ্মপুত্ৰৰ নদীৰ বাঢ়নী পানীত পৰি সলিল সমাধি কিশোৰৰ।

কলৰ ভূৰে নদী পাৰ হ’বলৈ লওঁতেই এই দুৰ্ঘটনা।

SDRF, চিভিল ডিফেন্স বাহিনীৰ অভিযানত উদ্ধাৰ ফাৰুক আলীৰ মৃতদেহ।