ষ্টাফৰিপোৰ্টাৰ, ৬ এপ্ৰিল :: সমগ্ৰ বিশ্বজুৰী ক’ৰনা ভাইৰাচে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে।ৰাজ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জনে “অসম আৰোগ্য নিধিলৈ” অনুদান আগবঢ়াইছে । গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ ( জি এম ডি এ) ৰ সমূহ বিষয়া আৰু কৰ্মচাৰী বৃন্দই এদিনৰ দৰমহা মুঠ ১,৭২৮৪৬..০০ টকা
অসম আৰোগ্য নিধিলৈৰ একাউন্টলৈ আগবঢ়ায়।