ছনিয়ে কাৰাওকেৰ সৈতে হাই পাৱাৰ পাৰ্টি স্পিকাৰ মুকলি কৰিছে

86

ছনি ইণ্ডিয়াই  MHC-V83D, MHC-V73D, MHC-V43D আৰু MHC-V13 ৰ সৈতে তেওঁলোকৰ হাই পাৱাৰ পাৰ্টি স্পিকাৰ ৰেঞ্জৰ বাবে চাৰিটা আকৰ্শনীয় নতুন মডেল মুকলি কৰিছে। ষ্টানিং চাউণ্ড আৰু এক্সপেৰিমেন্টেল পাৰ্টি লাইটৰ লগত পেক্ড কৰি এই পাৰ্টি স্পিকাৰসমূহক প্ৰতিটো মুহুৰ্তকে স্মৰণীয় কৰি ৰখাবলৈ প্ৰস্তুত কৰা হৈছে । হাই পাৱাৰ পাৰ্টি স্পিকাৰৰ এই নতুন লাইন-আপত আৰু উত্তম চাউণ্ড কোৱালিটিৰ বাবে কী আপগ্ৰেডৰ সুবিধা আছে, উদাহৰণ স্বৰূপে হৰ্ণ টুইটাৰ্ছ আৰু হাই-এফিচিয়েনচি মিডৰেঞ্জৰ ব্যৱহাৰ কৰা টুইটাৰ্ছ, যিয়ে মিড হৰ্ণ স্পিকাৰ ব্যৱহাৰ কৰে।

V43D আৰু V13 দুয়োতাতে সন্মুখৰ ফালে টুইটাৰ্ছ সংযুক্ত কৰা হৈছে যিয়ে যিকোনো ঠাইতে জোৰকৈ শব্দ এৰিব পাৰে৷ V83D আৰু V73D দৰে V43D মিডৰেঞ্জত উপলব্ধ । এই সকলো নতুন ডিজাইনবোৰে কেবিনেটৰ ৰিজিডনেছ, শক্তিশালী বেছৰ বৃদ্ধেৰ লগতে স্পষ্টটা প্ৰদান কৰে৷ উচ্চ শক্তিসম্পন্ন পাৰ্টি স্পিকাৰবোৰ ছনি ৰিটেইল ষ্ট’ৰ (ছনি চেণ্টাৰ আৰু ছনি এক্সক্লুছিভ), www.ShopatSC.com পৰ্টেল, বিশেষ ইলেক্ট্ৰনিক ষ্ট’ৰ আৰু অন্যান্য ই-কৰ্মাচ ৱেবছাইটত ভাৰতত উপলব্ধ৷ ইয়াৰ এটাৰ মূল্য আৰম্ভ হয় ১৬,৯৯০ টকাৰ পৰা ৫৬,৯৯০ টকালৈ৷