ছত্তীশগড়ত নিৰাপত্তাৰক্ষী-নক্সালবাদীৰ মাজত সংঘৰ্ষ

93

ছত্তীশগড়ত নিৰাপত্তাৰক্ষী-নক্সালবাদীৰ মাজত সংঘৰ্ষ।

সংঘৰ্ষত নিহত ৩টা নক্সালবাদী।

ঘটনাস্থলীৰ পৰা LMG, AK-47 ৰাইফল জব্দ নিৰাপত্তাৰক্ষীৰ।

বিজাপুৰ জিলাৰ ছত্তীশগড়-তেলেংগানা সীমান্তত এই সংঘৰ্ষ।