গুৱাহাটী, ৩ জুন : গ্লেণ্ড মাৰ্ক ফাৰ্মাচিউটিকেলৰ চি এছ আৰ পদক্ষেপ গ্লেণ্ড মাৰ্ক ফাউণ্ডেচনে স্বেচ্ছাসেৱী সংগঠন ৰাইজৰ সহযোগিতাত কেণ্ডিত ডাষ্টিং পাউদাৰ বিতৰণ কৰিছে। সকলো ধৰণৰ ছালৰ বাবে উপযোগী হোৱাকৈ এই পাউদাৰ প্ৰস্তুত কৰা হৈছে। আৰক্ষী বিষয়া যি সকলে কৰ’না ভাইৰাছৰ যুজঁ খনত বিশেষ ভূমিকা গ্ৰহণ কৰিছে তেওঁলোকৰ প্ৰচেষ্টাত গুৱাহাটীকে ধৰি খন ১২ খন চহৰৰ ৫০ হাজাৰকৈ অধিক দুখীয়া লোকৰ মাজত এই সামগ্ৰী সমূহ বিতৰণ কৰা হয়। উল্লেখ কেণ্ডিত হৈছে চিকিৎসকৰ দ্বাৰা বিবেচিত নিৰ্ভৰযোগ্য এটা প্ৰডাক্ট যাক সকলোৱে বিশ্বাসেৰে আদৰি লয়। এই পাউদাৰে ছালৰ খজু্ৱতী, ঘামচি আদি বিভিন্ন চৰ্ম জনিত ৰোগতো উপকাৰী বুলি প্ৰমাণিত হৈ আহিছে।
Latest article
আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক
সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যক্তি ইৰিটেবল বাৱেল চিণ্ড্ৰম (আইবিএছ) নামেৰে জনাজাত সাধাৰণ গেষ্ট্ৰাইটিছ ৰোগত আক্ৰান্ত। দীৰ্ঘদিনীয়া পেটৰ বিষ, পেট ফুলা আৰু মলত্যাগ কৰাৰ তাৰতম্য...
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ২৪ লাখ টকাৰ জৰিমনা
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ইয়াত গুজৰাট টাইটানছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলৰ সময়ত ধীৰ অভাৰৰ বাবে ২৪ লাখ টকাৰ জৰিমনা...
২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকত ৬টাকৈ পুৰুষ-মহিলা ক্ৰিকেট দলৰ প্ৰতিদ্বন্দিতা
অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। ক্ৰিকেট এতিয়া ২০২৮ লছ এঞ্জেলছ অলিম্পিকত প্ৰৱেশ কৰিছে। ছয়টা দলে সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দিতা কৰিব।...