গোঁসাইগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা

77

গোসাইগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাখীৰৰ ট্ৰেংকাৰৰ ভয়ংকৰ পথ দূৰ্ঘটনা।

আধাঘণ্টা জোৰা কেবিনত আবদ্ধ আছিল ড্ৰাইভাৰ।

উত্তৰপ্ৰদেশৰ পৰা গুৱাহাটী অভিমুখে আছিল ট্ৰেংকাৰ খন।

স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়।

দূৰ্ঘটনাস্থলীত সেৰফাংগুৰী আৰক্ষী উপস্থিত হৈ ড্ৰাইভাৰ জনক এম্বুলেঞ্চৰে হাস্পতাললৈ প্ৰেৰণ কৰে।

দূৰ্ঘটনা পতিত হোৱা ট্ৰেংকাৰ খনৰ নম্বৰ UP15CT 1917।

জানিব পৰা মতে সন্মুখৰ পৰা এখন ট্ৰাকে খুন্দা মাৰে যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়