গুৱাহাটী মহানগৰীত ডকাইতি কাণ্ড

85

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি। মাতৃ-পুত্ৰৰ হাত-ভৰি বান্ধি ডকাইতৰ দলে চলালে লুটপাট। লুটি নিলে নগদ ৬০ হাজাৰ টকা, ৪ লাখ টকাৰ সোণ। ইভা আইন কুল্লু নামৰ এগৰাকী মহিলাৰ ঘৰত লুটপাট। পাকঘৰৰ খিৰিকী ভাগি ঘৰত প্ৰৱেশ ৬ জনীয়া ডকাইতৰ দলৰ। নুনমাটিৰ আনন্দনগৰত বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা। শোৱাপাটীতে মাতৃ-পুত্ৰৰ হাত-ভৰি লুটি নিলে ধন-সোণ। ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল মহিলাগৰাকীৰ।