গুৱাহাটী দেউৰী কল্যান কমিটিৰ উদ্যোগত দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

92

ষ্টাফৰিপোৰ্টাৰ, ১১ এপ্ৰিল :: দেউৰী জাতীয় মঞ্চ সাংস্কৃতি কেন্দ্ৰ দেউৰী কল্যান কমিটিৰ উদ্যোগত শনিবাৰে দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। গুৱাহাটী দেউৰী কল্যাণ কমিটিৰ সাধাৰণ সম্পাদক যজ্ঞ ৰাম দেউৰী আৰু প্ৰমানন্দ দেউৰী ভৰালী, বিমল চন্দ্ৰ দেউৰীয়ে মুঠ ২৫ গৰাকী দুখীয়া লোকক চাউল, দাইল, মিঠাতেল, আলু, চাবোন, চাহ পেকেট আদি বিতৰণ কৰে।