পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন অব্যাহত আছে। নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দল তথা প্ৰাৰ্থী ব্যস্ত থকাৰ মাজতে কোৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগা হ’ল ৰাজ্যখনৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। মুৰ্ছিদাবাদ জিলাৰ চামছেৰগঞ্জ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেজুল হক কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। অৱশেষত চিকিৎসালয়তে গুৰুবাৰে শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।
Latest article
১২ এপ্ৰিলত পঞ্জাৱ কিংছৰে মুখামুখি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ
প্ৰথমখন খেলত সুন্দৰ প্ৰদৰ্শনৰ পিছত জয় অৰ্জন কৰিবলৈ সংগ্ৰাম কৰি থকা ছানৰাইজাৰ্ছ হায়দৰাবাদে শনিবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলখনত পঞ্জাৱ কিংছৰ...
বন বিভাগৰ সফল অভিযান
ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ চালান বিহিন বালি ভৰ্তি দুখন টেক্টৰ জব্দ কৰে। ওদালগুৰি জিলা বন বিভাগৰ ডি এফ অ মোস্তাফা আলি...
এক আজৱ ঘটনা
পৰম্পৰা তথা প্ৰথাৰ নামত একাংশ লোকে জঘন্য কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। এনে এক প্ৰথা পাকিস্তানত প্ৰচলিত আছে। যাৰ অধীনত ৪ বছৰীয়া শিশুক ৬০ বছৰীয়া...