কাইলৈৰ পৰা খুলিব মন্দিৰ, ৰেস্তোঁৰা আদি …

134

৭৫ দিনৰ পিছত দেশত খোল খাব ধৰ্মীয় অনুষ্ঠানৰ দুৱাৰ। খুলিব হোটেল-ৰেস্তোঁৰা, লগতে শ্বপিং মল। আজিৰে পৰাই মন্দিৰসমূহত আৰম্ভ হৈছে মাংগলিক কাৰ্যৰে প্ৰস্তুতি পৰ্ব।