কনিষ্ঠ চিকিৎসক ৰূপে জি এম চি এইছৰ দ্বিতীয়গৰাকী স্নাতকোত্তৰ শিক্ষাৰ্থী আক্ৰান্ত হৈছে কভি’ড – ১৯ ত

90

ষ্টাফ ৰিপোৰ্টাৰ : কনিষ্ঠ চিকিৎসক ৰূপে জি এম চি এইছৰ দ্বিতীয়গৰাকী স্নাতকোত্তৰ শিক্ষাৰ্থী আক্ৰান্ত হৈছে কভি’ড – ১৯ ত । ডাঃ লিথিকেশৰ পাছত এইবাৰ ডাঃ দীপা ডেকা। কৰ’না পজিটিভ বুলি ফলাফল অহাৰ লগে লগেই কণ্টেইনমেণ্ট জ’নত পৰিণত হ’ল আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাস। বন্ধ কৰি দিয়া হ’ল দীপা ডেকাই সামগ্ৰী কিনা ব’হাগী ষ্ট’ৰ আৰু এখন ফাৰ্মাচী।