আয়ুস মন্ত্ৰালয়ে বাতিল কৰিলে পতঞ্জলিৰ কৰ’ণাৰ ঔষধৰ বিজ্ঞাপন প্ৰচাৰত

116

ষ্টাফৰিপৰ্টাৰ, পতঞ্জলিৰ কভিড-১৯ নিৰাময় দৰৱৰ বিজ্ঞাপন আৰু প্ৰচাৰত তাৎক্ষণিক স্থগিতাদেশ জাৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিয়নো এই বিষয়ে অৱগত নাছিল কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়। সেয়েহে
পতঞ্জলিৰ ঔষধত চৰকাৰে নিষেধাজ্ঞা জাৰী কৰিছে I আয়ুস মন্ত্ৰালয়ে বাতিল কৰিলে পতঞ্জলিৰ কৰ’ণাৰ ঔষধৰ বিজ্ঞাপন প্ৰচাৰত I