আজি দৰিদ্ৰ কৃষকে লাভ কৰিব কৃষক সন্মান নিধিৰ অষ্টম কিস্তিৰ ধন

259

দেশৰ দৰিদ্ৰ কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা কৃষক সন্মান নিধিৰ অষ্টম কিস্তিৰ ধন আজি কৃষকৰ বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হব।

সমগ্ৰ দেশৰ লগতে অসমৰো লক্ষাধিক কৃষক হিতাধিকাৰীয়ে আজি কৃষক সন্মান নিধিৰ অষ্টম কিস্তিৰ ধন লাভ কৰিব। উল্লেখ্য যে, দৰিদ্ৰ কৃষক সকলক কৃষক সন্মান নিধিৰ অধীনত প্ৰতিটো কিস্তিত ২০০০ টকাকৈ প্ৰদান কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে।