আজি দিল্লীৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰেখা গুপ্তাই

30

আজি দিল্লীৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰেখা গুপ্তাই ।উল্লেখযোগ্য যে উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই ৰেখা গুপ্তাক শপত আৰু গোপনীয়তাৰ বাক্য পাঠ কৰোৱায় ।

উপ মুখ্যমন্ত্ৰী হিচাপে শপত লয় পৰবেশ বাৰ্মা ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্ব এই শপতগ্ৰহণ অনুষ্ঠান উপস্থিত থাকে ।