আজি “চেৰা বিহু”

362

ষ্টাফৰিপোৰ্টাৰ,১৯ এপ্ৰিল : আজি ব’হাগৰ ছয় তাৰিখ৷ আজি সপ্তম তথা শেষ বিহু৷ শেষৰ দিনা “চেৰা বিহু”৷ চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লোৱা হয়৷ এইদৰে বিচনীৰে জুৰ ল’লে গোটেই বছৰটোলৈ দেহা শাঁত পৰে বুলি বিশ্বাস কৰা হয়৷