আই চি আই চি আই প্ৰুডেঞ্চিয়েল লাইফ ইঞ্চুৰেঞ্চৰ দ্বাৰা এক অভিনৱ অৱসৰৰ পৰিকল্পনা, ‘আই চি আই চি আই প্ৰু গেৰাণ্টিড পেন্সন পৰিকল্পনা‘ আৰম্ভ কৰা হৈছে। ই এক বিত্তীয়ভাৱে স্বতন্ত্ৰ অৱসৰপ্ৰাপ্ত জীৱন যাপন কৰিবলৈ নিশ্চিত জীৱন-দীৰ্ঘ উপাৰ্জন প্ৰদান কৰে। এক অ-সংযোজিত, অ-অংশগ্ৰহণকাৰী গাইগুটীয়া এনুইটি প্ৰডাক্ট, ই গ্ৰাহকসকলক তাৎক্ষনিক আৰু বিলম্বিত এনুইটিৰ মাজত বাছনি কৰাৰ নমনীয়তা প্ৰদান কৰে।
