ষ্টাফৰিপৰ্টাৰ, অসমত দেওবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৭৩৫ লৈ বৃদ্ধি পায়। ইয়াৰে ৫৫২ জন কেৱল গুৱাহাটী মহানগনৰীৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ১১,৭৩৬ জন। ইয়াৰে ৭৪৩৩ জন সুস্থ হৈ উঠিছে। ৪২৮৬ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে।
Latest article
তেতেলীৰ উপকাৰীৰ কথা জানেনে
তেতেলি ( Tamarind)এবিধ বৰ উপকাৰী ফল। পকা তেতেলি দেখা মাত্ৰেই মুখত টেঙা-মিঠা অনুভৱ হোৱাৰ লগে লগেই নিগৰি আহে জিভাৰ পানী। তেতেলি দাইলত দি, শাকৰ...
যুদ্ধংদেহী ৰূপত দেখা গৈছে ভাৰতীয় সেনাক
যুদ্ধংদেহী ৰূপত দেখাত গৈছে ভাৰতীয় সেনাক। পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাঙি পেলোৱা হৈছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ। শেহতীয়াকৈ জম্মু-কাশ্মীৰত আৰু দুটা সন্ত্ৰাসবাদীৰ...
আপুনি কাছৰ আঙঠি পিন্ধে নে
যদি আপুনিও কাছৰ আঙঠি পিন্ধে, তেন্তে এই নিয়মবোৰ মানি চলাটো গুৰুত্বপূৰ্ণ। কাছৰ আঙঠি পিন্ধাৰ নিয়ম মানি নচলা ব্যক্তিয়ে জীৱনত নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব...