অভিনেতা-পৰিচালক ই ৰামাডোছৰ বিয়োগ…

61

তামিল ছবিৰ পৰিচালক তথা অভিনেতা ই ৰামাডোছৰ মৃত্যু।

মঙলবাৰে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু অভিনেতা-পৰিচালকগৰাকীৰ।

চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ৰামাডোছ।

১৯৮৬ চনত পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ।

পৰৱৰ্তী সময়ত ৰামাডোছে বিছাৰণাই, বিক্ৰম বেধা আৰু আৰামৰ দৰে ছবিৰে অভিনেতা হিচাপে খ্যাতি অৰ্জন কৰে।