ষ্টাফ ৰিপোৰ্টাৰ : প্ৰসিদ্ধ পণ্ডিত, সাহিত্যিক তথা অভিনেতা গকুল পাঠকৰ চিকিৎসাৰ সমস্ত ব্যয় অসম চৰকাৰে বহন কৰিব। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাক টেলিফোন কৰি এই কথা জনাইছে। শনিবাৰে তেওঁ বৰপেটা জিলাৰ অতি সন্মানীয় ব্যক্তি গৰাকীৰ স্বাস্থ্য সম্পৰ্কেও বুজ লয়। উল্লেখযোগ্য ৯৪ বছৰীয়া বৰপেটাৰ মহীৰূহ গৰাকী যোৱা চাৰিদিন ধৰি বৰপেটাৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
Latest article
আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক
সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যক্তি ইৰিটেবল বাৱেল চিণ্ড্ৰম (আইবিএছ) নামেৰে জনাজাত সাধাৰণ গেষ্ট্ৰাইটিছ ৰোগত আক্ৰান্ত। দীৰ্ঘদিনীয়া পেটৰ বিষ, পেট ফুলা আৰু মলত্যাগ কৰাৰ তাৰতম্য...
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ২৪ লাখ টকাৰ জৰিমনা
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ইয়াত গুজৰাট টাইটানছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলৰ সময়ত ধীৰ অভাৰৰ বাবে ২৪ লাখ টকাৰ জৰিমনা...
২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকত ৬টাকৈ পুৰুষ-মহিলা ক্ৰিকেট দলৰ প্ৰতিদ্বন্দিতা
অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। ক্ৰিকেট এতিয়া ২০২৮ লছ এঞ্জেলছ অলিম্পিকত প্ৰৱেশ কৰিছে। ছয়টা দলে সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দিতা কৰিব।...