ৰাষ্ট্ৰীয় ঘাইপথচোৱা সেউজীকৰণৰ উদ্দেশ্যে বৃক্ষৰোপন

122

আমিনগাঁৱৰ পৰা বাইহাটা চাৰিআলিলৈ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা সেউজীকৰণৰ উদ্দেশ্যে বৃক্ষৰোপন কাৰ্যসূচীৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে। মন্ত্ৰী গৰাকীয়ে এই কাৰ্য সম্পাদন কৰি আনন্দিত হয় বুলি সংবাদ মাধ্যমক জনায়। উল্লেখ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ সৌজন্যত এই বৃক্ষৰোপনৰ কাৰ্যসূচী হাতত লোৱা হয়৷