ৰঙিয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

188

ৰঙিয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি৷

প্ৰেয়সীক হত্যা কৰি থানাত আত্মসমৰ্পণ প্ৰেমিকৰ৷

হত্যা কৰি ৰঙিয়াৰ ভাতকুচিত পেলাই দিছিল প্ৰেয়সীৰ মৃতদেহ৷

৬ মাহ পাছতে দুয়োগৰাকী বিৱাহপাশত আবদ্ধ হোৱাৰ কথা আছিল৷