৩১ অক্টোবৰত আকাশত হ’ব বিৰল মহাজাগতিক পৰিঘটনা

85

ডিজিটেল ডেস্ক:- ৩১ অক্টোবৰত আকাশত দৃশ্যমান হ’ব নীলা চন্দ্ৰ। জানিব পৰা মতে, সাধাৰণতে দুই- তিনি বছৰৰ মূৰে মূৰে আকাশত দৃশ্যমান হয় নীলা চন্দ্ৰ।

উল্লেখযোগ্য ,২০৩৯ চনত এই পৰিঘটনাৰ পুনৰাবৃত্তি হ’ব। ৩১ অক্টোবৰলৈ ইতিমধ্যে অধীৰ আগ্ৰহেৰে ৰৈ আছে বিশ্ববাসী।