শিল্পী অৰ্চনা মহন্তৰ দেহাৱসান

103

অসমীয়া সংগীত জগতৰ উজ্বল নক্ষত্ৰ শিল্পী অৰ্চনা মহন্তৰ বিয়োগ।

বৃহস্পতিবাৰে হেল্থচিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

দীৰ্ঘদিন ধৰি অসুস্থতাত ভূগি আছিল অৰ্চনা মহন্ত।

ব্ৰেইন ষ্ট্ৰক’ৰ পিছত তেওঁক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।

কিন্তু মৃত্যু সৈতে যুঁজি আজি হাৰ মানিলে শিল্পীগৰাকীয়ে।

অসমীয়া সংগীতজগতৰ পুৰোধা নাৰীগৰাকীৰ দেহাৱসানত ৰাজ্যজুৰি সৃষ্টি হৈছে শোকাময় পৰিৱেশৰ।