যোৰহাটত অমানৱীয় ঘটনা

115

ষ্টাফ ৰিপোৰ্টাৰ, ৫ মে’ : যোৰহাটত অমানৱীয় ঘটনা পোহৰলৈ আহিছে। ঘৰ ভাড়া আদায় দিব নোৱাৰা ভাৰাতীয়াক প্ৰহাৰ কৰা হৈছে। লকডাউনৰ বাবে ঘৰ ভাড়া আদায় দিব পৰা নাছিল ভাড়াতীয়াই। চোকা অস্ত্ৰৰে ভাড়াতীয়াক উপৰ্যুপৰি প্ৰহাৰ কৰাত এজন চিকিৎসাধীন হয়। যোৰহাট চহৰৰ জেইল ৰ’ডত সংঘটিত হ’ল এই চাঞ্চল্যকৰ ঘটনা। মনোজ মণ্ডল, সৰোজ মণ্ডল নামৰ ২ ভাতৃক প্ৰহাৰ ভাড়াঘৰৰ মালিকৰ। ডা০ ইমদাদুল হক হাজৰিকাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ২ ভাতৃ।