মাৰ্ঘেৰিটাৰ উলুপ ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভুত হয় দুটি বাসগৃহ।
প্ৰায় পাঁচ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়।
মহেশ শইকীয়া ,মহি দুৱাৰ আৰু সত্যজিত দিহিঙ্গীয়া নামৰ লোকেইজনৰ গৃহত আবেলি নিশা বাৰ বজাত অগ্নিকাণ্ড ঘটনা সংঘটিত হয়।
উক্ত সময়ত বাসগৃহত ঘৰৰ কোনো লোক হতাহতি হোৱা নাই।
ঘৰৰ ভিতৰৰ পৰা কোনো সা-সামগ্ৰী বাহিৰলৈ ওলিয়াবলৈ সক্ষম নহল পৰিয়ালকেইটাই
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ পৰিয়ালৰ।
দুৰ্ভগীয়া পৰিয়ালকেইটাই বাসগৃহ জুইত ভষ্মিভুত হোৱাত শোকত ভাগি পৰিছে পৰিয়াকেইটাই।