বজালীৰ খাৰাধৰাত এটা গভাইত চোৰ আটক ৰাইজৰ।

156

বজালীৰ খাৰাধৰাত এটা গভাইত চোৰ আটক ৰাইজৰ।

আটকাধীন চোৰটোৰ নাম ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি খাৰাধৰাৰ নিৰ্মীয়মান চেণ্ট্ৰেল স্কুলৰ পৰা বিভিন্ন সামগ্ৰী চোৰ কৰি আহিছিল চোৰটোৱে।

আজি ৰাতিপুৱাৰ ভাগত স্হানীয় ৰাইজে হাতে লুটে ধৰি আৰক্ষীক খবৰ দিয়ে।

ঘটনা স্থলীত পাটাছাৰকুছি আৰক্ষী উপস্থিত হৈ চোৰটোক লৈ যায়।