উত্তৰ-পূৱ পুনৰ বাৰ্ড ফ্লুৰ সংক্ৰমণ By Dipshikha - June 12, 2024 173 FacebookPinterestWhatsAppPrint পুনৰ মানুহৰ দেহলৈ বাৰ্ড ফ্লুৰ সংক্ৰমণ। পশ্চিমবংগৰ এটি ৪ বছৰীয়া শিশুৰ দেহত ধৰা পৰিছে বাৰ্ড ফ্লুৰ সংক্ৰমণ। ২০১৯ৰ পাছত মানুহৰ দেহলৈ বাৰ্ড ফ্লুৰ সংক্ৰমণৰ এয়া দ্বিতীয়টো ঘটনা। বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰিছে এই তথ্য। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...