আজি নিৰ্বাচনী ৰণশিঙা বজাবলৈ অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।
কোকৰাঝাৰ-ৰৌতা আৰু দুধনৈত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ অভিযান।
নাড্ডাক আদৰিবলৈ সাজু বিজেপি-অগপ-UPPLৰ নেতৃত্ব।