উত্তৰ-পূৱ দিল্লীত নৱবিবাহিত দম্পতীৰ কৰুণ মৃত্যু! By Dipshikha - February 27, 2024 212 FacebookPinterestWhatsAppPrint দিল্লীত নৱবিৱাহিত দম্পতীৰ কৰুণ মৃত্যু! হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দিল্লীৰ চিৰিয়াখানাত এজন লোকৰ মৃত্যু। স্বামীৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি চৰম পন্থা পত্নীৰ। যোৱা ৩০ নৱেম্বৰত বিৱাহপাশত আৱদ্ধ হৈছিল দম্পতীটো। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...