জম্মু-কাশ্মীৰৰ সেনা ছাউনীত সন্ত্ৰাসবাদীৰ আক্ৰমণ

105

জম্মু-কাশ্মীৰৰ সেনা ছাউনীত সন্ত্ৰাসবাদীৰ আক্ৰমণ।

ৰাজৌৰীৰ সেনা ছাউনীলৈ ধাৰাসাৰ গুলীবৰ্ষণ সন্ত্ৰাসবাদীৰ।

সন্ত্ৰাসবাদীৰ গুলীত এজন সেনা জোৱান আহত।

সেনাৰ ধাৰাসাৰ গুলীত ঘটনাস্থলীৰ পৰা সন্ত্ৰাসবাদীৰ পলায়ন।

এই ঘটনাৰ পাছতে ৰাজৌৰীত নিশ্ছিদ্ৰ তালাচী সেনাৰ।

সন্ত্ৰাসবাদীক বিচাৰি সেনাৰ ব্যাপক অভিযান অব্যাহত।