চাপৰৰ ৰঙামাটিত নৃশংস হত্যাকাণ্ড। স্বামীৰ বিৰুদ্ধে পত্নীক হত্যাৰ অভিযোগ। পত্নী নাছমিনা খাতুনক দাৰে ঘপিয়াই হত্যা ছাইদুল ৰহমানৰ। যুগলীকান্দাত সংঘটিত হৈছে এই ঘটনা। হত্যাকাণ্ডৰ পাছতে পলাতক হৈ থকা স্বামীক আটক আৰক্ষীৰ।
Latest article
মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে ৬৭.৭৭ কোটি টকীয়া সামুদ্ৰিক শিক্ষা প্ৰকল্পৰ, কেন্দ্ৰীয় চৰকাৰৰ আধুনিকীকৰণৰ...
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আইএমইউ) কোচি চৌহদত ছাত্ৰীৰ ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে আৰু আন ৬টা...
নিছান মটৰ ইণ্ডিয়াই আগবঢ়াইছে ‘হেট্ৰিক কাৰ্নিভেল’
নিছান মটৰ ইণ্ডিয়াই ২০২৫ চনৰ ১ তাৰিখৰ পৰা ৩০ এপ্ৰিললৈকে অব্যাহত থকা দেশজোৰা সীমিত সময়ৰ অফাৰ হেট্ৰিক কাৰ্নিভেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি...
ময়দা খোৱাৰ অপকাৰীতাৰ বিষয়ে জানেনে
আমি খোৱা বেছিভাগ খাদ্যতে আজিকালি ময়দা থাকে কিন্তু আপুনি জানেনে ময়দাই আমাৰ শৰীৰৰ কিমান ক্ষতিসাধন কৰে ?ময়দা নহ'লে দেখোন চিংৰা, পৰঠা, মম' আদি বেচা...