গাড়ীৰ চেপাত নিহত হয় এটি কণমানি শিশু

273

কচুৱা লুটুমাৰীৰ খেৰণিত বালি গাড়ীৰ চেপাত নিহত হয় এটি কণমানি শিশু ।

নিহত শিশুটিৰ নাম ৰমজান আলি বয়স ।(৪) বছৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ছোবাহী মাদ্ৰাছাৰ পৰা ঘৰলৈ আহি থকা সময়ত সংঘটিত হয় এই দূৰ্ঘটনাটো ।

দূৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS 02 CC 7152

দূৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে গাড়ী চালকে ।

আনহাতে নিতৌ শ শ বালিৰ গাড়ী পাৰ হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
এনেদৰে বহু ঘটনা সংঘটিত হোৱা বুলিও উল্লেখ কৰে।