কৰ’না মুক্ত কৰক দেশবাসী ডবা-শংখ-বৰকাঁহ-উৰুলিৰ ‘মংগলধ্বনি’ৰে মুখৰিত মন্দিৰ দেৱালয়

129

ষ্টাফৰিপৰ্টাৰ, কৰ’নাৰ পৰা মুক্ত কৰক দেশবাসীক। ডবা-শংখ-বৰকাঁহ-উৰুলিৰ ‘মংগলধ্বনি’ৰে মুখৰিত হ’ল ৰাজ্যৰ দ’ল-দেৱালয়, মঠ-মন্দিৰ,সত্ৰ-নামঘৰৰ বাকৰি |মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ো মংগলধ্বনি’ৰে বৃহস্পতিবাৰে সন্ধিয়া ৬.৪৫ বজাত মুখৰিত হয়।