কেৰালাৰ কাজিকোডত অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত বিমান, ১৪ জনৰ মৃত্যু

82

● কেৰালাৰ কাজিকোডত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী এয়াৰ ইণ্ডিয়াৰ বিমান।

● কাজিকোডৰ কাৰীপুৰ বিমান বন্দৰত অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হয় বিমানখন।

● ডুবাইৰ পৰা অহা বিমানখনত আছিল মুঠ ১৯১ জন ব্যক্তি।

● ৰান-ৱেত অৱতৰণৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা।

● ৰান-ৱেত বৰষুণ পৰি থকাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়।

● দুৰ্ঘটনাত ১৪ জন যাত্ৰী নিহত হোৱা বুলি জানিব পৰা গৈছে।

● আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।