আজি বিজেপিৰ মেগা যোগদান কাৰ্যসূচী

203

আজি বিজেপিৰ মেগা যোগদান কাৰ্যসূচী। সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ব যোগদান কাৰ্যসূচী। বিজেপিত যোগ দিব ৰাণা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থই। দলত যোগ দিব কেইবাটাও দলৰ কেইবাগৰাকীও নেতাই।