মাত্ৰ ৫ টকাৰ ৰেহাই মূল্যত সপ্তাহত দুদিনকৈ মাছ-ভাত যোগান ধৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিম বংগ...
অসম
কুঁৱা খননৰ সময়তে হঠাৎ খহি পৰা মাটিৰ তলত আৱদ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল ৫ জনকৈ শ্ৰমিকে। মঙলবাৰে...
নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে ৰেলৱে ষ্টেচনৰ প্ৰকাণ্ড পানীৰ টেংকি খহি কৰুণ মৃত্যুক সাৱটি লয় দুজন শ্ৰমিকে। ধুবুৰী...
পবিত্ৰ বকৰি ঈদৰ পূৰ্বে সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ...
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদৰাজ্যৰ প্ৰতিখন জিলা সদৰত এই প্ৰতিবাদপেট্ৰ’ল-ডিজেল-অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰপেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ প্ৰতিকৃতি...
অসম ভ্রমণত অহা বন্ধুৰাষ্ট্ৰ ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে ৰ কামাখ্যা মন্দিৰ দৰ্শন। আজি পুৱাই নীলাচল পাহাৰাৰ বুকুত...
আৰক্ষীৰ গুলীত নিহত হ’ল নগাঁৱৰ মৰিকলঙত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত খাইৰুল আলী। মঙলবাৰে...
ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিয়ে এতিয়া অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক। মঙলবাৰে ইয়াৰ তীব্ৰ বিৰোধিতাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ...
ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে এতিয়া দহিছে দেশৰ সৰ্বসাধাৰণ গ্ৰাহকক। পেট্ৰ’ল আৰু ডিজেলৰ জুইচাই দামৰ পাছত মঙলবাৰে ৰাজধানী দিল্লীত...
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মঙলবাৰে আদালতত দাখিল কৰে জামিনৰ আবেদন।...
