অসমত শুকুৰবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ১২১৮

96

ষ্টাফৰিপৰ্টাৰ, অসমত শুকুৰবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ১২১৮ লৈ বৃদ্ধি পায়। ইয়াৰে ৫৭০ জন কেৱল গুৱাহাটী মহানগনৰীৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ২১,৮৬৪ জন। ইয়াৰে ১৪,১০৫ জন সুস্থ হৈ উঠিছে। ৭৭০৫ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ৫১ জন লোকে প্ৰাণ হেৰুৱাইছে। এই কথা স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে।