উত্তৰ-পূৱ ভাৰত সংখ্যালঘুসকলৰ বাবে সুৰক্ষিত দেশ By Dipshikha - December 21, 2023 201 FacebookPinterestWhatsAppPrint ‘ভাৰত সংখ্যালঘুসকলৰ বাবে সুৰক্ষিত দেশ। ভাৰতত কোনো বৈষম্য নাই। পাৰ্চীসকলেও ভাৰততে বিচাৰি পাইছে আটাইতকৈ সুৰক্ষিত স্থান। যিসকলে সন্দেহ কৰে তেওঁলোক ভুল প্ৰমাণিত হ’ব’। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...