জে’লতে ছুগাৰ লেভেল বাঢ়িছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।
সম্প্ৰতি তিহাৰ জে’লতে ইনছুলিন দিয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীক।
বৰ্তমান ৩২০ পাইছেগৈ অৰবিন্দ কেজৰিৱালৰ ছুগাৰ লেভেল।
গ্ৰেপ্তাৰৰ পাছত প্ৰথমবাৰৰ বাবে ইনছুলিন দিয়া হৈছে কেজৰিৱালক।