কাজিৰঙাত ছাফাৰীত নিয়োজিত হাতীৰ মৃত্যু।
বাগৰি বনাঞ্চলত ছাফাৰীত ব্যৱহৃত লক্ষীমালা নামৰ হাতীটোৰ মৃত্যু।
হাতীটোৰ মৃত্যুৰ খবৰ লুকুৱাই ৰখাৰ চেষ্টা হাতীৰ মালিক, উদ্যান কৰ্তৃপক্ষৰ।
ট্ৰাকত উঠাই নিশাই উদ্যানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ মৃত হাতীটোক।