‘কংগ্ৰেছ দলক বাৰম্বাৰ জনতাই নাকচ কৰিছে,
তথাপি তুষ্টিকৰণৰ ৰাজনীতি পৰিহাৰ কৰা নাই কংগ্ৰেছে’।
কংগ্ৰেছৰ ইস্তাহাৰ পত্ৰক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ মন্তব্য।
ইস্তাহাৰত সন্নিৱিষ্ট সংৰক্ষণ আৰু তুষ্টিকৰণৰ প্ৰসংগত কংগ্ৰেছক স্পষ্টীকৰণৰ দাবী।