অবৈধ মাৰণাস্ত্ৰৰে ভৰি পৰিছে মনিপুৰৰ আৰক্ষী থানাসমূহ

16

অশান্ত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱাৰ পিছতে অবৈধ মাৰণাস্ত্ৰ জমা দিয়াৰ ধূম উঠিছে।

অবৈধ মাৰণাস্ত্ৰৰে ভৰি পৰিছে মনিপুৰৰ আৰক্ষী থানাসমূহৰ লগতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়।

জানিব পৰা মতে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই ১০ দিন সময় বান্ধি দিয়াৰ পিছতে প্ৰতিদিনে মণিপুৰৰ প্ৰায়সমূহ জিলাৰ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অবৈধ মাৰণাস্ত্ৰ জমা দিছে অস্ত্ৰ মজুতকাৰীসকলে।‌

হেণ্ড গ্ৰেণেড, ৰাইফল, পিস্তল‌ সহ বিভিন্ন ধৰণৰ কেইবাশ অত্যাধুনিক মাৰণাস্ত্ৰ জমা দিয়ে জনসাধাৰণে।