লিভাইছ® ছিজনৰ মাষ্ট-হেভ ডেনিম ফিটছ উন্মোচন কৰিছে!

339

গ্ৰীষ্মকাল পালেহিয়েই, গৰমৰ দিনকেইটাৰ বাবে মুকলি কৰা লিভাইছ® ৰ নতুন ফিট পোছাকবোৰ দেখিলে আপুনি প্ৰেমত পৰিব। সকলোৱে বাছনি কৰিব পৰাকৈ ১৫ ফিট পোছাক সাজু য’ত আছে ৰেট্ৰ’-ইনস্পায়াৰড ফ্লেয়াৰ, লেইড-বেক লুজ আৰু টাইমলেছ ক্লাছিক ষ্ট্ৰেইট – প্ৰতিটো মেজাজ, ষ্টাইল আৰু অনুষ্ঠানতে খাপ খোৱাকৈ সকলোৰে বাবে কিবা নহয় কিবা এবিধ সামগ্ৰী সাজু কৰি তোলা হৈছে। ব্ৰেণ্ডটোৰ শেহতীয়া কেম্পেইন “নিউ ফিটছ, ইনফিনিট পচিবিলিটিজ”ৰ বাবে শেহতীয়াকৈ ব্ৰেণ্ড এম্বেছাদৰ তথা ফেশ্বন আইকন দীপিকা পাডুকনক ফিটত অন্তৰ্ভুক্ত কৰা হৈছে। গৰম অহাৰ লগে লগে তাপমাত্ৰা বৃদ্ধিৰ সৈতে খাপ খোৱাকৈ ঢিলা ৰূপ দি সহজ কৰি ৰাখিব পৰাকৈ লুজ ফিট ডিজাইন কৰা হৈছে যাতে ৯০ দশকৰ অনুপ্ৰাণিত ষ্টাইল প্ৰদানৰ লগতে গ্ৰাহকে আৰাম অনুভৱ কৰে। আপুনি নজৰ তলৰ-কঁকালতে হওঁক বা ওপৰৰ-কঁকালতে হওঁক, লিভাইছে® আপোনাক আৱৰি ৰাখিব।

লো লুজ জিনছবোৰ পোন ভৰিৰ সৈতে ৱাই২কে বহল ৰূপত ভাইব কৰে। হাই লুজ হৈছে নিজৰ পচন্দ পূৰণ কৰি ঢিলা জিনছৰ সৈতে কঁকাল আৰু ভৰি দুখনক সহজ আৰু আৰামদায়ক অনুভৱ কৰোৱা। কেৱল ইমানেই নহয় সহজ বেগী চিলুৱেটৰ সৈতে ৯০ৰ দশকত ‘৯৪ বেগী আৰু ‘৯৪ বেগী ৱাইড লেগৰ সৈতে নিজৰ ভালপোৱাক পৰিস্ফূত কৰি তোলাৰ সোপান প্ৰদান কৰা হৈছে। ষ্ট্ৰেইট জিনছবোৰ সাধাৰণতে সকলোতে পৰিধান কৰা নহয়, কেতিয়াও বিশেষ ৰূপ লোৱা নাছিল আৰু অচিৰে নতুন ৰূপত গ্ৰাহকে যথেষ্ট সমাদৰ প্ৰদান কৰাৰ সম্ভাৱনাও ক্ষীণ।

ৱেডগি ষ্ট্ৰেইট হৈছে আপুনি অন্বেষণ কৰি থকা ভিণ্টেজ অনুপ্ৰাণিত, আল্ট্ৰা-ফ্লেটাৰিং, আপোনাক আড়ম্বৰ প্ৰদান কৰা আপোনাৰ বহুপ্ৰতীক্ষিত পোছাক৷ অভিলেখ সৃষ্টিকাৰী সমাদৰ লাভ কৰি ৰিবকেজ ষ্ট্ৰেইট এংকলে ষ্ট্ৰেইট লেগ গ্ৰীষ্মকালৰ বাবে প্ৰস্তুত সকলো গোৰোহাৰ সৈতে ডাঙৰ চেণ্ডেল বা স্নিকাৰ এযোৰৰ সৈতে খাপ খোৱাকৈ সজাই তোলা হৈছে। ৮০’ছ ম’ম জিনছে যাদুকৰীভাৱে এক বহল কঁকাল, অলপ আৰামদায়ক চিলুৱেট আৰু ভৰিটোক সৰু কৰি আকৰ্ষণীয় ৰূপ দিয়াৰ লগতে পৰিধান কৰিবলৈ আনন্দ লাভ কৰিব। লিভাইছ®-এ ফ্লেয়াৰ্ড জিনছসমূহতো নাটকীয় ৰূপ দিয়া পোছাক মুকলি কৰিছে। আমাৰ ফিটৰ ৰিবকেজ ফেমিলীয়ে সঁচাকৈয়ে ইয়াক ৰিবকেজ ক্ৰপড বুট, ৰিবকেজ ৱাইড লেগ আৰু নতুনকৈ সংযোজন কৰি ৰিবকেজ বেলৰ সৈতে মুকলি কৰিছে, যিয়ে গ্ৰাহকক নতুনত্বৰ সোৱাদ দিব।