CAAৰ স্থগিতাদেশ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন। ১৯ মাৰ্চৰ পৰা CAAৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। CAAৰ বিৰুদ্ধে SCত দাখিল ১৯০খনতকৈও অধিক আবেদন। সকলো আবেদনৰ শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে।