স্বাধীনতা দিৱসৰ পূৰ্বে কেন্দ্ৰই ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পদক। ৩ টাকৈ শিতানত এই পদসমূহ ঘোষণা। অসমৰ মুঠ ১৭ গৰাকীয়ে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সক্ষম হয়।দেশৰ মুঠ ১,০৯০ গৰাকী আৰক্ষীলৈ ৰাষ্ট্ৰপতি পদক ঘোষণাা কৰা হয়। অসমৰ পাৰ্থসাৰথি মহন্তই উৎকৃষ্ট সেৱাৰ পদক লাভ কৰাৰ বিপৰীতে, ৩ গৰাকী আৰক্ষীলৈ সাহসিকতা পদক আৰু ৩৪ গৰাকী আৰক্ষীলৈ বিশিষ্ট সেৱা পদক ঘোষণা কৰা হয়।সাহসিকতা পদক (Gallantry award)
১)গৌৰৱ অভিজিত দিলীপ, আইপিএছ (SP)
২)হেমন্ত কুমাৰ বড়ো, (SDPO)
৩)অখিল ৰঞ্জন দাস (কনিষ্টবল)
বিশিষ্ট সেৱা পদক (Meritorious Service )
১)১) সংযুক্তা পৰাশৰ (IG, Assam)
২)বিবেক ৰাজ সিং (IG, Assam)
৩)জয়শ্ৰী খেৰচা (কমাণডেন্ট)
৪)হৃদয়জ্যোতি বৰ্মন ( আৰক্ষী অধীক্ষক)
৫)নোমল মহন্ত (আৰক্ষী অধীক্ষক)
৬)দেৱাশীষ বৰা (কমানডেন্ট)
৭)তাবু ৰাম পেগু (কমানডেন্ট)
৮)নিৰ্মল চন্দ্ৰ বিশ্ব (ডি এছ পি)
৯) ললিত শইকীয়া (ইন্সপেক্টৰ)
১০)অখিল কুমাৰ দাস (এছ আই)
১১) ধ্ৰুৱ চাৰকি (ইন্সপেক্টৰ)
১২) নবীন চন্দ্ৰ শৰ্মা (সহকাৰী কমানডেন্ট)
১৩) ৰবীন্দ্ৰ সিং (এছ আই)
