সোণাপুৰৰ ডিগাৰুৰ ঘগুৱা গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।
ভস্মীভূত সন্ধ্যা ডেকা নামৰ লোকজনৰ বাসগৃহ।
স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপণ জুই।
শ্বৰ্টচাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ।