লাহৰীঘাটৰ মেৰবিলত ৯১কেজি ভাং জব্দ

164

লাহৰীঘাটৰ মেৰবিলত ৯১ কেজি গাঞ্জ জব্দ৷ গাঞ্জাসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ভূৰাগাঁও আৰক্ষীৰ, ধৃত সৰবৰাহকাৰীটো ৰুহুল আমিন৷ নিশা যন্ত্ৰচালিত নাৱেৰে সৰবৰাহৰ চেষ্টা কৰিছিল গাঞ্জাখিনি৷