যোৰাবাটৰ ১৩ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা

130

যোৰাবাটৰ ১৩ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰিল গেছ পৰিবাহী টেংকাৰ।

দুৰ্ঘটনাৰ পাছতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত ।

ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী, দুৰ্যোগ প্ৰশমন বিভাগ।

দুৰ্ঘটনাত আহত টেংকাৰখনৰ চালক।

আহত টেংকাৰখনৰ চালকক GMCHত ভৰ্তি।