বিজনীত ভয়ংকৰ অগ্নিকাণ্ড

324

বাক্সাৰ খাৰিজা বিজনীত ভয়ংকৰ অগ্নিকাণ্ড। হঠাৎ জ্বলি উঠে বাৰাপেটাৰ পূৰ্ণ ছেত্ৰী নামৰ এগৰাকী ব্যক্তিৰ বাঁহনি আৰু গমাৰী বাগান। দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ সন্দেহ ।